শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: আকৌ কমিছে সোণৰ দাম, গুৱাহাটীত আজি সোণৰ মূল্য কিমান হৈছে জানক…

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৮,৯১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৩,২৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 05 Nov 2025 09:21 AM
আজি ৫ নৱেম্বৰ, বুধবাৰ।  দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৪৪০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫০,৯০০  টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৮,৯১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৩,২৫০ ।  আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৫০,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5
আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১, ৯৯৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,৩৭৫  টকা।  কালি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ দাম আছিল ১১,৪৪০ টকা।

3 / 5
একেদৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৪৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। কালি ২২ কেৰেটৰ ১০  গ্ৰাম সোণৰ দাম আছিল ১,১৪, ৪০০ টকা।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৫০.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৫০,৯০০ টকা।

5 / 5