শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: কমিছে সোণৰ দাম! আজি গুৱাহাটীত সোণৰ মূল্য কিমান হৈছে জানক…

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৫,০৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫ ৫১০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 12 Nov 2025 09:50 AM
আজি ১২ নৱেম্বৰ, বুধবাৰ।  দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৫,০৫০  টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫ ৫১০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬২,০০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৫,৬৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৫,২০০ ।  আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৬২,০০০ টকাত বিক্ৰী হৈছে।

2 / 5
আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৫৫১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,৫০৫  টকা।  আজি ১৮ কেৰেটৰ ১ গ্ৰাম সোণৰ দাম ৯,৪১৩ টকা।

3 / 5
একেদৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৫,০৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫ ৫১০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।  আজি ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৪,১৩০ টকা।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৬২ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৬২,০০০ টকা।

5 / 5