শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: বজাৰত সোণ-ৰূপৰ দামত জ্বলিছে জুই, লাখৰ ঘৰ অতিক্ৰম…

Gold and Silver Rate Guwahati: ইৰাণ-ইজৰাইল যুদ্ধৰ মাজত সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপেও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে ৰূপৰ মূল্যৰ নতুন অভিলেখ গঢ়িলে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 19 Jun 2025 13:08 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম   ৯২,৬৫০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,১২,০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,২১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৮০০ ।  আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১২,০০০ টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,১০৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,২৬৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৫৮১ টকা হৈছে।

3 / 5
একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,৮১০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯২,৬৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০১,০৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১১.১০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১১,১০০ টকা।

5 / 5