শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এবছৰীয়া পুত্ৰক এৰি ৩২ বছৰতে জীৱন নাট সামৰিলে GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীয়ে

GMCHৰ মাইক্ৰ’বায়’লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ মৃত্যু। জাপৰিগোগ কৃষ্ণনগৰ নিবাসী অজিত পাটোৱাৰী আৰু মীনা পাটোৱাৰীৰ কন্যা ডাঃ অনিন্দিতা। মৃত্যুৰ সময়ত ডাঃ অনিন্দিতাৰ বয়স আছিল ৩২ বছৰ।

trishna-kalita
Trishna Kalita | Updated On: 09 Nov 2024 15:41 PM
হঠাতে নোহোৱা হ'ল এটি উজ্জ্বল সম্ভাৱনা।  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্র'বায়'লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ অকাল মৃত্যু।

1 / 5
শনিবাৰে পুৱাৰ ভাগত হেল্থ চিটি হাস্পতালত চিৰদিনলৈ চকু মুদিলে অনিন্দিতাই। বিগত ১০ মাহে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অনিন্দিতা।

2 / 5
GMCHৰ মাইক্ৰ’বায়’লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰী। মৃত্যুৰ সময়ত ডাঃ অনিন্দিতাৰ বয়স আছিল ৩২ বছৰ।  স্বামী ভাৰ্গৱ কলিতাৰ লগতে এটি এবছৰীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে অনিন্দিতাই।

3 / 5
জীয়াই থাকিবলৈ আপ্রাণ চেষ্টা কৰিছিল অনিন্দিতাই ।  জীৱন যুদ্ধত জিকিবলৈ নিজৰ লগতে পৰিয়ালৰ আপ্রাণ চেষ্টাৰ পাছতো অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চিকিৎসকগৰাকীয়ে।

4 / 5
সৰুৰে পৰা অতি মেধাৱী ছাত্ৰী আছিল ডাঃ পাটোৱাৰী। সংগীত আৰু সত্ৰীয়া নৃত্যৰ শিল্পী হিচাপেও তেওঁ সুকীয়া পৰিচয় লাভ কৰিছিল।

5 / 5