কেবিনেটৰ সিদ্ধান্তৰ পাছতেই এক্সন আৰম্ভ! জালুকবাৰীত গো-মাংস বিক্ৰী কৰা দুখনকৈ হোটেলত প্ৰশাসনে লগালে তলা
অসমৰ হোটেল, ৰেষ্টুৰেণ্টত গো-মাংস বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে। গুৱাহাটীকে ধৰি ভিন্নপ্ৰান্তৰ কেইবাখনো গো-মাংস বিক্ৰী কৰা ৰেষ্টুৰেণ্টত ওলমিল তলা। গুৱাহাটীৰ জালুকবাৰীৰ মোগল দৰবাৰ, দৰং হোটেল বন্ধ কৰিলে আৰক্ষী আৰু প্ৰশাসনে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5