গনেশ চতুৰ্থীত এনেদৰে সজাই তোলক আপোনাৰ ঘৰ, মন্দিৰ…
গণপতি বাপ্পাক আদৰিবলৈ সম্পূৰ্ণ সাজু ভক্তগন। ২০২৪ চনৰ ৬ ছেপ্টেম্বৰ গণেশ চতুৰ্থীৰ দিনা প্ৰায় প্ৰত্যেকেই এই পূজা কৰিব। হিন্দু ধৰ্মত গনেশ পূজাৰ বিশেষ মান্যতা আছে। গনেশ পূজাৰ দিনা ফুলেৰে কেনেদৰে ঘৰ বা মন্দিৰ সজাব তাৰ কিছু আভাস দিয়া হ'ল।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5