5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গনেশ চতুৰ্থীত এনেদৰে সজাই তোলক আপোনাৰ ঘৰ, মন্দিৰ…

গণপতি বাপ্পাক আদৰিবলৈ সম্পূৰ্ণ সাজু ভক্তগন। ২০২৪ চনৰ ৬ ছেপ্টেম্বৰ গণেশ চতুৰ্থীৰ দিনা প্ৰায় প্ৰত্যেকেই এই পূজা কৰিব। হিন্দু ধৰ্মত গনেশ পূজাৰ বিশেষ মান্যতা আছে। গনেশ পূজাৰ দিনা ফুলেৰে কেনেদৰে ঘৰ বা মন্দিৰ সজাব তাৰ কিছু আভাস দিয়া হ'ল।

barasha-sarma
Barasha Sarma | Published: 02 Sep 2024 11:40 AM
ৰিবনৰ সৈতেও ধুনীয়া ডিজাইন বনাব পাৰি। এডাল সূতাত নাৰ্জি ফুলৰ মালা বনাই ৰিবনত বান্ধি দিব লাগে। তাৰ মাজে মাজে ৰজনীগন্ধা ফুল দিব পাৰে। এই ডিজাইন সুন্দৰ আৰু অতি সহজ। ইয়াক আপুনি মন্দিৰ বা ঘৰৰ দুৱাৰৰ সন্মুখত লগাই দিব পাৰে। Getty Images

1 / 5
নাৰ্জি ফুলৰ তোৰণ বনাই দুৱাৰ খিৰিকীত আঁৰি দিব পাৰে। আপুনি হালধীয়া আৰু কমলা ৰঙৰ নাৰ্জি ফুল ব্যৱহাৰ কৰিব পাৰে। ফটোত দিয়া ধৰণে ইয়াৰ ডিজাইন কৰিব পাৰে। Getty Images

2 / 5
যদি ফুল কম থাকে তেন্তে মাজে মাজে পাতো দিব পাৰে। এনেকৈ মালা বনালেও বৰ ধুনীয়া দেখি। ধুনীয়াকৈ মালা তৈয়াৰ কৰি মন্দিৰত আঁৰি দিব পাৰে। getty Images

3 / 5
আপুনি হালধীয়া বা ৰঙা ফুল ব্যৱহাৰ কৰি দীঘলকৈ মালা বনাই ইয়াক আঁৰি দিব পাৰে। নিজৰ ইচ্ছা অনুযায়ী ফুল ব্যৱহাৰ কৰিব পাৰে। Getty Images

4 / 5
বাপ্পাক আদৰিবলৈ ফটোত দেখুওৱা ধৰণেও ডিজাইন বনাব পাৰে।  হালধীয়া আৰু কমলা নাৰ্জি ফুল ব্যৱহাৰ কৰি তোৰণৰ দৰে তৈয়াৰ কৰিব পাৰে। মাজে মাজে ৰঙা ফুল ব্যৱহাৰ কৰিব পাৰে।Getty Images

5 / 5
Follow Us
Latest Stories