আজি শপত ল’ব ৰাজ্যৰ ৪গৰাকী নতুন মন্ত্ৰীয়ে! শপত গ্ৰহণৰ পূৰ্বে ল’লে মা কামাখ্যাৰ আশিস
আজি শপত গ্ৰহণ কৰিব ৪ নতুন মন্ত্ৰীয়ে। মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়কে ৷ দুপৰীয়া ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব শপতগ্ৰহণ অনুষ্ঠান।ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5