উচ্ছেদিত ভূমি সংৰক্ষণৰ বাবে উল্লেখনীয় পদক্ষেপ, ৩ লাখ গছপুলি ৰোপন বন বিভাগৰ
বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিত ৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5