নেপালৰ পৰিস্থিতি অতি ভয়াবহ ! ভাৰতীয় দূতাবাসে মুকলি কৰিলে হেল্পলাইন নম্বৰ…
নেপালত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ নাগৰিকসকলক সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে । নেপালৰ এই ভয়াৱহ প্ৰাকৃতি দুৰ্যোগে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত বহু ভাৰতীয় নাগৰিক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । ভাৰতীয় দূতাবাসে বান আৰু ভূমিস্খলনত আবদ্ধ হৈ পৰা ভাৰতীয়ক উদ্ধাৰ কৰাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5