Flipkart Big Diwali Sale 2024: দিপাৱলীৰ সময়ত উঠাওক ৰেহাৰ সুবিধাঃ কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘ফ্লিপকাৰ্ট বিগ দিৱালী চেল’
দুৰ্গা পূজাৰ পিছত দেৱালীৰ আনন্দ উপভোগৰ বাবে সাজু হৈছে দেশবাসী। জনসাধাৰণৰ এই আনন্দ অধিক উপভোগ্য কৰি তুলিবলৈ ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে ব্যাপক অফাৰৰ সৈতে বিশেষ বিক্ৰী। ইতিমধ্যে ই-কমাৰ্চ প্লেটফৰ্মটোৱে ঘোষণা কৰিছে দেৱালীৰ প্ৰাকমুহূৰ্তত গ্ৰাহকলৈ আগবঢ়োৱা এই বিশেষ ৰেহাইৰ সুবিধাসহ ‘Flipkart Big Diwali Sale 2024’ৰ তাৰিখ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5