বজ্ৰাসন আপুনি খাদ্য খোৱাৰ লগে লগে কৰিব পাৰে। আচলতে এই আসনটো কৰিলে খাদ্য সহজে হজম হয়। যদি আপুনি খোজ কাঢ়িবলৈ সময় নাপায়, তেন্তে খাদ্য খোৱাৰ পিছত কিছু সময় বজ্ৰাসনত বহিব পাৰে। ইয়াৰ উপৰিও নিয়মিতভাৱে এই আসন অনুশীলন কৰিলে গেছ, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।