নামৰূপ সাৰ কাৰখানত বিধ্বংসী অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত হয় এয়াৰ কম্পেছৰ
উল্লেখ্য যে, ২১ ডিচেম্বৰত সাৰ কাৰখানা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ নামৰূপত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নতুন গোটটো নিৰ্মান হ’বলৈ প্ৰায় চাৰি-পাঁচ বছৰৰ প্ৰয়োজন।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5