Easy Yoga Asanas : প্ৰসৱৰ অসুবিধা দূৰ হ’ব…গৰ্ভৱতী মহিলাসকলে অভ্যাস কৰক এই যোগাসন…
গৰ্ভাৱস্থাত স্বাস্থ্যৰ দুগুণ যত্ন লোৱাৰ প্ৰয়োজন। প্ৰসৱ সহজ হ’বলৈ হ’লে শাৰীৰিক ক্ৰিয়া-কলাপ কৰাটো অতি প্ৰয়োজনীয় । সেয়েহে দৈনিক কিছুমান যোগাসন কৰা উচিত। এই যোগাসন গৰ্ভাৱস্থাত আপোনাক সুস্থ কৰি ৰখাই নহয় প্ৰসৱৰ অসুবিধা কমোৱাতো সহায় কৰিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5