মাজনিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত, আপোনাৰ অঞ্চলত হৈছে নেকি ক্ষয়-ক্ষতি?
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নিশা ১২.৫৩ বজাত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰত আৰু ১০৬ কিলোমিটাৰ গভীৰত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5