ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৮…
Assam earthquake: অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5