Earthquake: পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসম, প্ৰাবল্য কিমান?
Earthquake in Assam: ২৪ জানুৱাৰী, শনিবাৰ নিশা ১০:০৮ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5