শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাজনিশা ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, প্ৰাবল্য আছিল ৫.২

Earthquake in assam: পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বুধবাৰে মাজনিশা প্ৰায় ১ বাজি ৫৪ মিনিটত কম্পন অনুভূত হয়।

Trishna Kalita
Trishna Kalita | Published: 28 May 2025 06:41 AM
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে মাজনিশা প্ৰায়  ১ বাজি ৫৪ মিনিটত কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত  এই  ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.২ ।

1 / 5
ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰ বুলি জানিব পৰা গৈছে।  ভাৰতৰ লগতে চুবুৰীয়া বাংলাদেশ আৰু ম্যানমাৰতো  অনুভূত হয় জোকাৰণি।

2 / 5
জানিব পৰা মতে, গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত ইয়াৰ কম্পন অনুভূত হয়।  অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই।

3 / 5
উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

4 / 5
যাৰ বাবে প্ৰায়ে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।  চলিত বছৰটোতে কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে অসমক।

5 / 5