ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ ঠাইত কোনো ক্ষয়-ক্ষতি হৈছে নেকি?
ভাৰতৰ দুখন চুবুৰীয়া দেশত ভূমিকম্পৰ কম্পন। বাংলাদেশ আৰু পাকিস্তানৰ ভূমি কঁপি উঠিল ভূমিকম্পত। আতংকিত হৈ পৰিছে জনসাধাৰণ। এই কম্পন অসমতো অনুভূত হয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5