শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Silver Rate: সোণ কিনিব বিচাৰিছে নেকি? আজি হ্ৰাস পালে সোণ-ৰূপৰ দৰ…

সোণৰ মূল্য পুনৰ বৃদ্ধি পাইছে। ২৫ জুলাই তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

barasha-misra
Barasha Misra | Updated On: 25 Jul 2025 11:34 AM
Gold Rate Today: আজি ২৫ জুলাই শুকুৰবাৰে সোণ আৰু ৰূপৰ শীৰ্ষ স্তৰৰ পৰা নামি আহিছে। আজি ১০০০ টকা পৰ্যন্ত হ্ৰাস হৈছে সোণ। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ১,০১,০০০ টকা। ২২ কেৰেট সোণৰ হাৰ ৯২,৬০০ টকাৰ ওপৰত। ৰূপৰ দৰ ১,১৭,৯০০ টকা হৈছে।

1 / 5
ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৪৮ টকা, ২২ কেৰেট সোণৰ ৯,২১০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৩৬ টকা।

2 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৯৬ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২৫৪ টকা।

3 / 5
২৪ জুলাইত সোণ-ৰূপৰ মূল্য যথেষ্ঠ বাঢ়িছিল। ২৪ কেৰেট সোণৰ মূল্য ১,০৪০ টকা হৈ ১০ গ্ৰামত ১,০২,৩৪০টকাত উপনীত হৈছে। আনহাতে ৰূপৰ ১,০০০ টকা বৃদ্ধিৰে ১,১৯,১০০ কিলোগ্ৰামত বিক্ৰী হৈছিল।

4 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৮ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৮,০০০ টকা।

5 / 5