Diwali 2024: ৩১ অক্টোবৰ নে ১ নৱেম্বৰ? কেতিয়া পালন কৰা হ’ব দীপাৱলী, জানক সঠিক তাৰিখ আৰু সময়…
Diwali 2024 date: আহি আছে পোহৰৰ উৎসৱ দেৱালী বা দীপাৱলী। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ তিথিত সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হয়। চলিত বৰ্ষত কেতিয়া পালন কৰা হ'ব এই উৎসৱ ইয়াৰ বিষয়ে জনালে এগৰাকী জ্যোতিষীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5