Border 2 ত স্বামী-স্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰা দিলজিৎ দোসাঞ্জ আৰু সোণম বাজৱাৰ কোন বেছি ধনী?
Border 2: ২০২৬ চনৰ ২৩ জানুৱাৰীত মুক্তি পাব ছানী দেউলৰ বহু প্ৰত্যাশিত ছবি "বৰ্ডাৰ ২"। চলচ্চিত্ৰখনৰ প্ৰথমটো গীত "ঘৰ কব আওগে" সমাদৰ লাভ কৰিছে। এতিয়া নতুন গীতটোৱে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছবিখনৰ দ্বিতীয়টো গীত "ইছক দা চেহৰা"ত দিলজিৎ দোসাঞ্জ আৰু সোণম বাজৱাৰক দেখা গৈছে। পিছে দুজনৰ ভিতৰত কোন বেছি ধনী জানি লওক?

1 / 7

2 / 7

3 / 7

4 / 7

5 / 7

6 / 7

7 / 7