শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহানগৰীৰ মালিগাঁৱত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ…

এইবাৰ দুৰ্গা পূজাৰ মাজতে মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত লোকৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

trishna-kalita
Trishna Kalita | Published: 30 Sep 2025 15:00 PM
প্রতিদিনে মহানগৰীত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা। চুৰি-ডকাইতৰ লগতে সমান্তৰালকৈ সঘনাই মহানগৰীত বিভিন্ন অঞ্চলত সংঘটিত হৈছে হত্যাকাণ্ড।

1 / 5
এইবাৰ পূজাৰ মাজতে মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত লোকৰ মৃতদেহ।

2 / 5
অচিনাক্ত লোকজনক কোনো লোকে হত্যা কৰি গছত ওলোমাই থৈ যোৱা সন্দেহ স্থানীয় লোকৰ।  ঘটনা সংঘটিত হোৱা অঞ্চলৰ কাষতে আছে এটা 8A নম্বৰৰ ৰে'লৱে কোৱাৰ্টাৰ ।

3 / 5
কোৱাৰ্টাৰ থকা ভাৰত ৰাভা নামৰ লোক এজনে প্ৰত্যক্ষ কৰে মৃতদেহটো। তাৰ পিছত খবৰ দিয়ে জালুকবাৰী আৰক্ষীক।

4 / 5
ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

5 / 5