এইসকল লোকে কেতিয়াও খালী পেটত নাখাব তিয়ঁহঃ বিশেষজ্ঞৰ পৰামৰ্শ নামানিলে পৰিব বিপদত
এইসময়ত বজাৰত তথা বাৰীত প্ৰচুৰ পৰিমাণে উপলব্ধ এবিধ খাদ্য সামগ্ৰী হৈছে তিয়ঁহ। স্বাস্থ্যৰ বাবে তিয়ঁহ যথেষ্ট উপকাৰী যদিও কিছু লোকৰ ক্ষেত্ৰত খালী পেটতে তিয়ঁহ খালে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই বিষয়ে জানো আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5