উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে…
আজি দিনৰ ভাগত সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়তে তেওঁ উৰিয়ামঘাটত হ’বলগা উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উৰিয়ামঘাটত উচ্ছেদ অভিযান স্থগিত ৰখা হ’ব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে কিয় এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5