শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্রীশ্ৰী আঠখেলীয়া নামঘৰৰ নতুন নাটঘৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

আজি ঐতিহ্যমণ্ডিত শ্রীশ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ নৱনিৰ্মিত নাটঘৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীয়ে নামঘৰত বন্তি প্রজ্বলনেৰে অসমবাসীৰ কুশল-মংগল কামনা কৰি সেৱা আগবঢ়ায়।

manas-borah
Manas Borah | Published: 30 Jun 2025 17:03 PM
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ঐতিহ্যমণ্ডিত শ্রীশ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ নৱনিৰ্মিত নাটঘৰৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে নামঘৰত বন্তি প্রজ্বলনেৰে অসমবাসীৰ কুশল-মংগল কামনা কৰি সেৱা আগবঢ়ায়। উল্লেখ্য যে, এই পৱিত্ৰ আধ্যাত্মিকস্থলী উন্নয়ন সাধনৰ অৰ্থে ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক বৰঙণিৰে ইতিমধ্যে অতিথি কক্ষ, মাহ-প্ৰসাদ ধোৱা গৃহৰ নিৰ্মাণ আদিকে ধৰি কেইবাটাও কাম সম্পাদন হৈছে।

1 / 5

2 / 5
তেওঁ কয় যে, আঠখেলীয়াৰ দৰে প্ৰতিটো আধ্যাত্মিক অনুষ্ঠানত হোৱা জনসমাগমে সোঁৱৰাই দিয়ে যে, অসমৰ ৰাইজে আধ্যাত্মিকতাক আদৰি লৈছে। নিজৰ নিজৰ জীৱন পৰিক্ৰমাত গুৰুজনাই দেখুৱাই যোৱা পথেৰে আগুৱাই যোৱাৰ বাবে প্রয়াস কৰে বুলিও তেওঁ কয়।

3 / 5
আজিৰ এই অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্য প্রসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰি জিলা আয়ুক্ত পুলক মহন্ত প্রমুখ্যে গণ্য-মান্য ব্যক্তি আৰু ভকতবৃন্দ উপস্থিত থাকে।

4 / 5
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ কছাৰীহাটৰ বনগাঁৱত উপস্থিত হৈ ত্রিশূল মন্দিৰত বৈদিক ৰীতি-নীতিৰে পূজা অর্চনাত ভাগ লৈ অসমবাসীৰ কুশল-মংগল কামনা কৰি প্ৰাৰ্থনা জনায়।

5 / 5