বিটিআৰৰ পৰিষদীয় সদস্য-সদস্যাৰ নতুন আৱাসগৃহ উদ্ধোধন মুখ্যমন্ত্ৰীৰ
আজি কোকৰাঝাৰত বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদীয় সদস্য-সদস্যাৰ নৱনিৰ্মিত আৱাসগৃহ উদ্বোধন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় ১০০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে কোকৰাঝাৰৰ বাউখুঙগ্ৰিত এই আৱাসগৃহটো নিৰ্মাণ কৰা হৈছে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5