শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Orunodoi 3.0 : ৰাজ্যৰ ৩০ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ৩.০ৰ ধন, তাৰিখ জনালে মুখ্যমন্ত্ৰীয়ে…

অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত ৩০ লাখ মহিলা হিতাধিকাৰীয়ে অহা ৭ অক্টোবৰত আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2025 17:39 PM
৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০ । অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত ৩০ লাখ মহিলা হিতাধিকাৰীয়ে অহা ৭ অক্টোবৰত আঁচনিৰ সুবিধা লাভ কৰিব।

1 / 5
ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

2 / 5
উল্লেখ্য যে, পূৰ্বে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰত এই আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ২৫ তাৰিখলৈ পিছুওৱা হৈছিল নিৰ্ধাৰিত তাৰিখ। এতিয়া ইয়াৰ পৰৱৰ্তী দিন ৭ অক্টোৱৰ ঘোষণা কৰা হৈছে।

3 / 5
এইবাৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি হিতাধিকাৰীসকলক ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ ২৫০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ'ব। যিয়ে সকাহ দিব মহিলাখিনিক।

4 / 5
ইফালে ৰাজ্যৰ ৩.৫ লাখ ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনি।  ১০-১৫ অক্টোবৰৰ ভিতৰত চেকযোগে প্রদান কৰা হ’ব প্রথম কিস্তিৰ ধন।  পৰৱৰ্তী মাহত বেংক একাউণ্টযোগে ধন লাভ কৰিব।

5 / 5