কেতিয়া অনুষ্ঠিত হ’ব ADREৰ মৌখিক পৰীক্ষা? দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…
ADREৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ-ইলেকট্ৰিয়ানৰ ব্যৱহাৰিক পৰীক্ষা, ৪ৰ্থ বৰ্গত উৰ্ত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ফেচবুক লাইভযোগে দিন, তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5