Chhath puja 2024: ৭ নে ৮ নৱেম্বৰ? কেতিয়া পালন কৰা হ’ব ষট পূজা, জানক সঠিক তাৰিখ…
Chhath puja 2024: দেৱালীৰ তাৰিখক লৈ মানুহৰ মনত বিভ্ৰান্তি থকাৰ দৰে এতিয়া ষট পূজাৰ তাৰিখলৈও মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সমগ্ৰ দেশত এই ষট পূজা পালন কৰা হ'ব। হিন্দু ধৰ্মত ষট পূজাৰ গুৰুত্ব অধিক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5