মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে?
কোনো বিশেষ সময়ত ধনৰ অত্যন্ত প্ৰয়োজনৰ বাবে মানুহে ঋণ ল’বলগা হয়। কিন্তু অতিমাত্ৰা সুতৰ হাৰৰ বাবে এনে ঋণ লৈ সাধাৰণ লোকসকলৰ জীৱন বহুসময়ত দুৰ্বিষহ হৈ পৰিব পাৰে। পিছে সাধাৰণ লোকসকলৰ সহায় হোৱাকৈ কান্ধত যাতে ঋণৰ বোজা নপৰে তাৰ বাবে বিভিন্ন চৰকাৰী আঁচনিৰ ব্যৱস্থা আছে। অথচ এনে আঁচনিসমূহৰ বিষয়ে বহু লোকেই অজ্ঞাত। চাওঁ আহক এনে এক আঁচনিৰ বিষয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5