Maruti Suzuki Baleno: মাৰুতি চুজুকি বেলেনো প্ৰিমিয়াম হেচবেক (AMT) ক্ৰয় কৰি ৫২,১০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব। মেনুৱেল সংস্কৰণত ৪৭,১০০ টকা পৰ্যন্ত আৰু CNG সংস্কৰণত ৩৭,১০০ টকা পৰ্যন্ত ৰেহাই দিয়া হ’ব। বলেনোৰ আৰম্ভণিৰ এক্স শ্ব’ৰুম মূল্য ৬.৬৬ লাখ টকা।