Cannes 2024: কাঁ- চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় অভিনেত্ৰীৰ বিশেষ লুক
চলি আছে কাঁ- চলচ্চিত্ৰ মহোৎসৱ ২০২৪। ইতিমধ্যে কাঁ- ৰেড কাৰ্পেটত খোজ পেলোৱা বহু অভিনেত্ৰীৰ ফটো পোহৰলৈ আহিছে। ভাৰতৰ পৰাও বহু অভিনেত্ৰীয়ে এই মহোৎসৱত অংশ গ্ৰহণ কৰিছে। আগলৈ আৰু বহু অভিনেত্ৰীয়ে অংশ গ্ৰহণ কৰাৰ সম্ভাৱণা আছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5