Brain Exercise : কথা পাহৰি যোৱা সমস্যাৰ সন্মুখীন হৈছে নেকি ? স্মৃতিশক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি ? জানক
বয়সৰ লগে লগে ছাল আৰু শৰীৰত যেনেকৈ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে, ঠিক সেইদৰে মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও একাংশ লোকৰ কম বয়সতে পাহৰি যোৱাৰ সমস্যাৰ সৃষ্টি হয়। মগজুৰ স্মৃতিশক্তি ধৰি ৰাখিবলৈ সুষম খাদ্য গ্ৰহণ আৰু ৱৰ্কআউট কৰাটো প্ৰয়োজনীয় । ইয়াৰ বাহিৰেও মগজুৰ কেইটামান ব্যায়াম দৈনিক কৰিব পাৰে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5