পেৰিছ ভ্ৰমণ সামৰি প্ৰকৃতিৰ মাজত লাভলীনা বৰগোহাঁই! উপভোগ কৰিছে মনোমোহা দৃশ্য
অন্য এক ৰূপত অসম কন্যা লাভলীনা বৰগোঁহাই। পেৰিছ অলিম্পিকৰ পিছত ভ্ৰমণত ব্যস্ত অসম কন্যা তথা বক্সাৰ লাভলীনা । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত অৱসৰ বিনোদনৰ বিশেষ আলোকচিত্ৰ শ্বেয়াৰ কৰিছে বক্সাৰগৰাকীয়ে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5