5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পেৰিছ ভ্ৰমণ সামৰি প্ৰকৃতিৰ মাজত লাভলীনা বৰগোহাঁই! উপভোগ কৰিছে মনোমোহা দৃশ্য

অন্য এক ৰূপত অসম কন্যা লাভলীনা বৰগোঁহাই। পেৰিছ অলিম্পিকৰ পিছত ভ্ৰমণত ব্যস্ত অসম কন্যা তথা বক্সাৰ লাভলীনা । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত অৱসৰ বিনোদনৰ বিশেষ আলোকচিত্ৰ শ্বেয়াৰ কৰিছে বক্সাৰগৰাকীয়ে ।

trishna-kalita
Trishna Kalita | Updated On: 31 Aug 2024 14:40 PM
এইবাৰ বাইক ৰাইডাৰৰ ৰূপত অলিম্পিয়ান বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোঁহাই। পেৰিছ অলিম্পিকৰ পাছত এতিয়া ভ্ৰমণত ব্যস্ত লাভলীনা।  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ ফটো।

1 / 5
পেৰিছ অলিম্পিক ২০২৪ৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল লাভলীনা বৰগোঁহাই । চীনা প্ৰতিদ্বন্দ্বীৰ হাতত  লি কিয়ানৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় বক্সাৰগৰাকীয়ে ।  ন’ৰৱেৰ প্ৰতিদ্বন্দ্বী সুনিভা হফষ্টেডক পৰাস্ত কৰি অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল অসম কন্যাই।

2 / 5

3 / 5
২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে লাভলীনাই ।  তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক  আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

4 / 5
২০২০ চনত লাভলীনাক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হৈছিল।

5 / 5
Follow Us
Latest Stories