পাৰ্থ টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত এইগৰাকী যুৱ তাৰকাঃ ল’ব পাৰে ৰোহিতৰ স্থান!
কাইলৈৰ পৰা পাৰ্থত আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট। এই টেষ্টৰ বাবে দলত উপলব্ধ ন’হব ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। আনহাতে আঘাতৰ বাবে দলত নাথাকিব শুভমন গিল। এনে পৰিস্থিতিত বিচিচিআইয়ে দলত অন্তৰ্ভুক্ত কৰিছে এগৰাকী যুৱ বেটাৰক। এই খেলুৱৈগৰাকীয়ে পাৰ্থ টেষ্টৰ বাবে ভাৰতৰ মূল একাদশতো স্থান পাব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5