২১ বছৰ পূৰ্বে বলীউডত পেলাইছিল খোজ, যিয়ে শ্বাহৰুখৰ সৈতেও কৰিছিল ৰোমাঞ্চ…ক’ত হেৰাল সেই অভিনেত্ৰী?
চলচ্চিত্ৰ জগতৰ বহু শিল্পীয়ে কাম কৰিছে আৰু তাৰে কোনোবা হিট হৈছে,আন কোনোবা কেৰিয়াৰত ফ্লপ হৈছে। এই বলীউডৰ জগতখনৰ পৰা কিছুমান অভিনেত্ৰী আকৌ অন্তৰ্ধান হৈছে। ইয়াৰে এটা নাম হ’ল অভিনেত্ৰী গায়ত্ৰী যোশীৰ, যিয়ে শ্বাহৰুখ খানৰ সৈতে তেওঁৰ স্বদেশ ছবিত অভিনয় কৰিছিল।

1 / 5
      

2 / 5
      

3 / 5
      

4 / 5
      

5 / 5
      
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      