শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাতৰি কাকত বা কেতিয়াবা নেমুৰ ৰস বিক্ৰী কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে, কিন্তু এতিয়া ১০০ কোটিৰো অধিক সম্পত্তিৰ গৰাকী

Guess Who: আজি আমি ক’ম বলীউডৰ এগৰাকী অভিনেত্ৰীৰ কথা, যাৰ ছবি জগতত প্ৰৱেশৰ তীব্ৰ বিৰোধিতা হৈছিল। অৱশ্যে পিছলৈ নিজৰ প্ৰতিভাৰ আধাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। অভিনয়ৰ উপৰিও আইটেম গাৰ্ল হিচাপেও কাম কৰিছিল।

barasha-misra
Barasha Misra | Published: 23 Dec 2025 15:31 PM
Guess Who: এই অভিনেত্ৰীগৰাকীয়ে ২০১১ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ২০১২ চনত বলীউডত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জগতত কাম কৰিছিল। সেয়ে বলীউডত প্ৰৱেশৰ খবৰ যেতিয়া প্ৰচাৰ হ’ল, তেতিয়া বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয়। আমি অভিনেত্ৰী ছানী লিয়নীৰ কথা কৈছো। ছানীয়ে কম বয়সতে বাতৰি কাকত বিক্ৰীৰ পৰা আৰম্ভ কৰি বৰফ চফা কৰাৰ কামলৈকে বিভিন্ন কাম কৰিছিল।

1 / 7
ছানীৰ প্ৰকৃত নাম কৰণজিৎ কৌৰ ভোহৰা। ১৯৮১ চনৰ ১৩ মে’ত কানাডাত জন্মগ্ৰহণ কৰা ছানীয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সৰুৰে পৰাই আত্মনিৰ্ভৰশীল হ’বলৈ উৎসাহিত কৰিছিল।

2 / 7
মাক-দেউতাকৰ পৰামৰ্শ অনুসৰণ কৰি ছানী লিয়নীয়ে সৰুৰে পৰাই কাম কৰিবলৈ আৰম্ভ কৰে। বৰফ চাফা কৰাৰ পৰা আৰম্ভ কৰি নেমুৰ ৰস বিক্ৰী কৰালৈকে বিভিন্ন কামত কৰিছে। আনকি জীৱন নিৰ্বাহৰ বাবেও অভিনেত্ৰীগৰাকীয়ে বাতৰি কাকত বিক্ৰী কৰিবলগীয়া হৈছিল।

3 / 7
কানাডাত জন্মগ্ৰহণ কৰা ছানীয়ে এসময়ত আমেৰিকাত বাস কৰিছিল, য’ত তেওঁ স্কুলত পঢ়িছিল। কানাডা আৰু আমেৰিকা দুয়োটা নাগৰিকত্ব লাভ কৰিছে। অৱশ্যে এতিয়া তেওঁ ভাৰতত বাস কৰে।

4 / 7
২০১২ চনত মুক্তি পোৱা ছবি "জিজম ২"ৰ জৰিয়তে বলীউডত অভিষেক ঘটায় ছানীয়ে। ১৩ বছৰীয়া কেৰিয়াৰত তেওঁ "ৰাগিনি এম এম এছ ২", "এক পাহেলি লীলা", "মস্তিজাদে" আদি ছবিত অভিনয় কৰিছিল। "লাইলা মেইন লাইলা", "বেবী ডল", "পিংক লিপছ" আদি আইটেম গীতেৰেও সকলোকে আচৰিত কৰি তুলিছিল।

5 / 7
অভিনেত্ৰী হোৱাৰ উপৰিও এতিয়া ব্যৱসায়ী হিচাপেও স্বীকৃতি লাভ কৰিছে ছানীয়ে। ২০১৮ চনত নিষ্ঠুৰতামুক্ত প্ৰসাধন ব্ৰেণ্ড ষ্টাৰ ষ্ট্ৰক মুকলি কৰিছিল।২০২১ চনত অভিনেত্ৰীগৰাকীয়ে পেটা অনুমোদিত ভেগান এথলেটিক ব্ৰেণ্ডতো বিনিয়োগ কৰিছিল।

6 / 7
চেলিব্ৰিটি নেট ৱৰ্থৰ মতে, ছানি লিঅ’নৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১১৫ কোটি টকা(প্ৰায় ১.১৫ বিলিয়ন ডলাৰ) বুলি অনুমান কৰা হৈছে। মুম্বাই আৰু আমেৰিকাত তাইৰ এটা বিলাসী ঘৰ। তেওঁৰ গাড়ী সংগ্ৰহত আছে মাছেৰাটি গিবলি নেৰিছিমো, মাছেৰাটি কোৱাট্ৰ’প’ৰ্ট, বিএমডব্লিউ ৭ ছিৰিজ আৰু অ’ডি এ৫।

7 / 7