Aishwarya Rai Birthday: আজি অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ জন্মদিন, ৫০ বছৰ বয়সতো মন মুহিছে সকলোৰে
বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্য়তম ঐশ্বৰ্যা ৰায়। মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰাৰ পিছত ঐশ্বৰ্যা ৰায় দেশৰ বাবে এক সুপৰিচিত মুখ হৈ পৰে। তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। আজি এই বিশেষ দিনটোত সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাই অনুৰাগীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5