আঢ়ৈ লাখ টকাতকৈও কম মূল্যতে এই পাঁচখন ‘পাৱাৰফুল’ বাইকঃ চাওক তালিকা…
অত্যাধুনিক প্ৰযুক্তিৰ, উন্নত মানদণ্ডৰ বাইকৰ প্ৰতি আপোনাৰ নিচা আছে নে? বা এনে এখন বাইক চলোৱাৰ হেঁপাহ আপোনাৰো আছে নে? যদি আপুনি কম বাজেটত এনে এখন ‘পাৱাৰফুল’ বাইক ক্ৰয় কৰিব বিচাৰে, তেন্তে এই ৫ খন বাইকৰ ওপৰত দৃষ্টি ৰাখিব পাৰে। এই বাইককেইখনৰ দাম ২.৫০ লাখ টকাতকৈও কম, লগতে এই বাইককেইখনৰ ইঞ্জিন আৰু পাৰফৰমেন্সো শক্তিশালী। ৰয়েল এনফিল্ডৰ পৰা আৰম্ভ কৰি কেটিএমৰ দৰে কোম্পানীয়ে নিৰ্মাণ কৰিছে কম মূল্যতে এনে কেইখনমান বাইক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5