তিতাবৰৰ বিকাশ বৰালৈ ২০২৫ বৰ্ষৰ ‘ভাৰত গৌৰৱ’ বঁটা…
অসমবাসীৰ বাবে ভাল খবৰ। সাঁচি খেতিয়ক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা। এই খবৰৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক অভিনন্দন জনায়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5