কঁকাল, পিঠি, ডিঙি বিষৰ সমস্যা হৈছে নেকি ? সকাহ পাবলৈ কৰক এই কেইটা যোগাসন…
কাৰ্যালয়ত ৮ পৰা ৯ ঘণ্টা ধৰি বহি কাম কৰাৰ লোকসকলৰ মাজত কঁকাল, পিঠি আৰু ডিঙিৰ বিষৰ সমস্যা বেছিকৈ দেখা যায় । কিছুমান মানুহৰ ক্ষেত্ৰত শীতকালত এই সমস্যা অধিক বৃদ্ধি পায়। দৈনন্দিন কিছু সহজ যোগাসন কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5