আপুনি কমলা খোৱাৰ পাছত বাকলি পেলাই দিয়ে নেকি ? এই বাকলিৰ উপকাৰিতা কি ? জানক
কমলাৰ বাকলিয়ে ছাল আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰাত সহায় কৰে। যদি শীতকালত কমলাৰ ঘৰলৈ অনা হয় তেন্তে বাকলি পেলাই নিদিয়াকৈ খাবলৈ আৰম্ভ কৰিব পাৰে। শৰীৰৰ বাবে বহুতো উপকাৰ হ’ব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5