Diwali 2024: ধনতেৰাচৰ পৰা দীপাৱলীলৈ ঘৰতে বনাওক এই আল্পনাৰ ডিজাইনসমূহ
আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে। পৰম্পৰাগত আল্পনা পিঠাগুড়ি বা আটাৰে বনায় যদিও ঠাই ভেদে ৰঙীন চাউল, ৰঙীন বালি, ফুলৰ পাপড়ি, আৰু ৰঙীন শিলৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়। আল্পনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে ৰঙৰ ব্যৱহাৰ। দেৱালী আৰু ধনতেৰাচত এইদৰে আঁকিব পাৰিব আল্পনা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5