বিদেশ ভ্ৰমণত ভাৰতীয় ক্ৰিকেটাৰ সৈতে থাকিব নোৱাৰিক পত্নী-প্ৰেমিকা, কিয় এই সিদ্ধান্ত BCCI ৰ
প্ৰকাশিত খবৰ অনুসৰি,এতিয়াৰ পৰা ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালে কোনো ভ্ৰমণৰ সময়ত দলৰ সৈতে থাকিব নোৱাৰিব। ৪৫ দিনীয়া ভ্ৰমণৰ ক্ষেত্ৰত খেলুৱৈ গৰাকীৰ সৈতে পত্নী বা প্ৰেমিকা ১৪ দিন থাকিব পাৰে আৰু চুটি ভ্ৰমণৰ ক্ষেত্ৰত দলৰ সৈতে একেখন হোটেলতে মাত্ৰ ৭ দিনৰ বাবে থকাৰ সুযোগ থাকিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5