শিক্ষাৰ্থীৰ মাজত স্কুটী, নগদ ধন বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
ৰাজ্যত বৰ্তমান চলি আছে ১২ দিনৰ বিকাশৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ লাখ লাখলোক উপকৃত হৈছে। ১২ দিনৰ ১২ খন আঁচনিৰ ভিতৰত ৩ খন আছে শিক্ষাৰ্থীৰ বাবে আঁচনি।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5