বজাৰলৈ অ’ডিৰ নতুন বাহনঃ দৰ হ’ব প্ৰায় ১ কোটি টকা
বিশ্বৰ বিলাসী আৰু অত্যাধুনিক বাহন নিৰ্মাতা কোম্পানীৰ ভিতৰত অন্যতম অ’ডি। গ্ৰাহকসকলৰ মাজত কোম্পানীৰ বাহনসমূহৰ আছে বিশেষ জনপ্ৰিয়তা। ভাৰতীয় বজাৰত অ’ডিয়ে মুকলি কৰিছে Q7 SUV ৰ ব’ল্ড এডিচন। বাহনখনৰ এক্স শ্ব’ৰুমৰ মূল্য ৯৭.৮৪ লাখ টকা। অৰ্থাৎ ইয়াৰ অন-ৰোড মূল্য ১ কোটি টকাৰ ওপৰলৈ যাব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5