Asus Zenbook S14: Asus ৰ নতুন লেপটপৰ প্ৰি-বুকিং আৰম্ভ, হাজাৰ হাজাৰ টকা ৰাহি কৰাৰ সুযোগ
Asus Zenbook S14 Laptop: নিজৰ বাবে লেপটপ কিনাৰ কথা ভাবিছে নেকি? Asus ৰ নতুন লেপটপটো এটা উন্নত বিকল্প বুলি প্ৰমাণিত হ’ব পাৰে। আজিৰে পৰা কোম্পানীটোৱে নতুন লেপটপটোৰ প্ৰি-বুকিং ল’বলৈ আৰম্ভ কৰিছে। অনলাইন ষ্ট’ৰৰ পৰাও বুকিং কৰিব পাৰিব। প্ৰি-অৰ্ডাৰ কৰি হাজাৰ হাজাৰ টকা ৰাহি কৰাৰ সুযোগ পাব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5