হৃদয়বিদাৰক! মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱালে কণ্ঠশিল্পী কমলিকা কাশ্যপে
মৰ্মান্তিক! যেন ক'বলৈ শব্দৰ অভাৱ। নিঠৰুৱা হ'ল সকলোৰে মৰমৰ কণ্ঠশিল্পী কমলিকা কাশ্যপ। মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱালে কমলিকাই।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5