আজি কণ্ঠশিল্পী দিক্ষু আৰু বিজিয়েতাৰ বিবাহ বাৰ্ষিকী, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
নিজৰ কণ্ঠৰ জৰিয়তে জনসাধৰণৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে দিক্ষুই। আজি প্ৰিয় কন্ঠশিল্পীগৰাকীৰ বিবাহ বাৰ্ষিকী। পত্নী বিজিয়েতাৰ সৈতে খোজ দিলে আকৌ এটা নতুন বৰ্ষত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5