Achurjya Borpatra: আজি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ওপজা দিন, সামাজিক মাধ্যমত বিভিন্নজনে জনাইছে শুভেচ্ছা…
Achurjya Borpatra Birthday: ৩৭ বছৰত ভৰি দিলে মৰমৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। আজি ওপজা দিন উপলক্ষে ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীয়ে।বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আচুৰ্যই।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5